Class 9 General Science Important Questions.
Most important MCQ's
Class 9
General Science
1. তলৰ কোনটো 0.5 ম'ল অক্সিজেনৰ ভৰ ?
a. 8g
b. 32g
c. 16g
d. 24g
Ans : c. 16g.
2. ক্ল'ৰিণৰ পাৰমাণৱিক ভৰ -
a. 23u
b. 35.5u
c. 2.3u
d. 35u
Ans : b. 35.5u
3. সাধাৰণ নিমখ আৰু এমনিয়াম ক্ল'ৰাইডৰ মিশ্ৰণ পৃথক কৰা পদ্ধতিটো হ'ল -
a. পাতন
b. আংশিক পাতন
c. উৰ্ধ্বপাতন
d. অপকেন্দ্ৰিক
Ans : c.উৰ্ধ্বপাতন
4. তলৰ কোনটো সমসত্ব মিশ্ৰণৰ উদাহৰণ ?
a. নিমখৰ পানী
b. নিমখ আৰু গন্ধক
c. পানী আৰু তেল
d. লোৰ গুড়ি আৰু নিমখ
Ans : a. নিমখৰ পানী ।
5. তলৰ কোনটো কলয়ডীয় দ্ৰৱৰ উদাহৰণ ?
a. কুঁৱলী
b. মেঘ
c. ধোঁৱা
d. ওপৰৰ আটাইকেইটা
Ans: d. ওপৰৰ আটাইকেইটা ।
6. ভৰৰ SI একক ___
a. কিলোগ্ৰাম
b. কিলোমিটাৰ
c. কিলোজুল
d. কিলোৱাট
Ans : a. কিলোগ্ৰাম ।
7. বৰফৰ গলনাংক হ'ল -
a. 373K
b. 273.16K
c. 273.61K
d. 273.62K
Ans : b. 273.16K
8. শুকান বৰফ হ'ল -
a. Co2
b. গোটা Co2
c. H2SO4
d. So2
Ans : b. গোটা Co2
9. তলৰ কোনটোৱে টিণ্ডেল প্ৰভাৱ দেখুৱায় ?
a. লৱণৰ দ্ৰৱ
b. গাখীৰ
c. কপাৰ ছালফেটৰ দ্ৰৱ
d. এটাও নহয়
Ans: b. গাখীৰ।
10. তলৰ কোনটো সংকৰ ধাতু ?
a. মেগনেছিয়াম
b. ছডিয়াম
c. পটেছিয়াম
d. পিতল
Ans: d. পিতল।
11. গোধা বেমাৰ (Elephantiasis) সৃষ্টি কৰা পেলু বিধ হ'ল -
a. ফাইলেৰিয়া পেলু
b. যকৃৎ কৃমি
c. প্লেনেৰিয়া
d. ফিটা পেলু
Ans: a. ফাইলেৰীয়া পেলু।
12. উদ্ভিদৰ স্থিতিস্থাপকতা গুণটো এবিধ কলাৰ বাবে সম্ভৱপৰ যাৰ নাম হ'ল -
a. ক্ল'ৰেনকাইমা
b. ক'লেনকাইমা
c. স্কেৰেনকাইমা
d. এৰেনকাইমা
Ans : b. ক'লেনকাইমা।
13.
14.
15.
Important Questions :
১. সমসত্ব জাৰু অসমত্ব মিশ্ৰণৰ প্রধান পার্থক্যসমহ লিখা ।
২. কিমান ভৰৰ এম 'নিয়া (NH) ত, ৪g অক্সিজেন (০) ৰ সমান পৰমাণু থাকিব?
৩. থমছনৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণু এটা সামগ্রিকভাবে কেনেদৰে প্ৰশম হয় ব্যাখ্যা কৰা।
৪. এটা আদর্শ স্নায়ুকোষৰ চিহ্নিত চিত্র আঁকা।
৫. সেউজ সাব কি? ইয়াৰ প্রয়োগে কৃষিভূমিত কোনবোৰ মুখ্য অনুপোষকৰ বৃদ্ধিত সহায় কৰে?
৬. অজ'ন স্তৰে আমাৰ বায়ুমণ্ডল কেনেকৈ সুৰক্ষিত কৰি ৰাখিছে? কভিড'-19 ৰ লকডাউনত অজ'ন স্তৰত কি প্রভাৱ পৰিছিল লিখা।
৭. নিউটনৰ দ্বিতীয় গতিবিষয়ক সূত্রটো লিখা আৰু ইয়াক গাণিতিক ৰূপত প্রকাশ কৰা।
৮. অনুপ্রস্থ আৰু অনুদৈর্ঘ্য তৰংগৰ মাজত পার্থক্য লিখা।
৯. প্লাজমা আৱৰণক চয়নাত্মকভেদ্য আরৰণ বুলি কিয় কোৱা হয়?
১০. সুষম বৃত্তীয় গতি কি? বেগৰ প্রতিযোগিতাত ভাগ লোৱা গাড়ী এখনৰ সুষম ত্বৰণৰ মান 4ms"। আৰম্ভণিৰ পৰা 10 ছেকেণ্ডৰ পিছত ই কিমান দূৰত্ব অতিক্রম কৰিব ?