Class 9 Geography (Elective) Important Long Questions.
2 marks-
১. বতৰ আৰু জলবায়ু বুলিলে কি বুজা ?
২. জন বিস্ফোৰণ বুলিলে কি বুজা ?
৩. কপাহ খেতিৰ গুৰুত্ব আৰু ভৌগোলিক বিতৰণ সম্বন্ধে লিখা ।
৪. জনসংখ্যা বিতৰণত ভূ অৱয়ব আৰু জলবায়ুৰ ভূমিকা সম্পৰ্কে লিখা ।
৫. ককেছীয় গোষ্ঠীৰ বিষয়ে চমুকৈ লিখা ।
৬. বৌদ্ধ ধৰ্মৰ প্ৰধান ভাগ দুটা কি কি ?
3 marks -
১. বসতি ভূগোল কাক বোলে ? ইয়াৰ মূল বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা ।
২. কেন্দ্ৰীয় ব্যৱসায় এলেকা বুলিলে কি বুজা ? ইয়াৰ মূল বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।
৩. বৰ্দ্ধিত জনসংখ্যাই সম্পদৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলায় আলোচনা কৰা ।
৪. কেনেধৰণৰ অৰ্থনৈতিক কাৰ্যক তৃতীয়ক বৃত্তি বুলি কোৱা হয় উদাহৰণসহ লিখা ।
৫. কৃষিভিত্তিক উদ্যোগ কি , উদাহৰণেৰে বুজোৱা ।
৬. সম্পদৰ অপচয় কিয় ৰোধ কৰিব লাগে ?
৭. গ্ৰাম্য আৰু পৌৰ বসতি বুলিলে কি বুজা ?
4 marks -
১. মানুহ আৰু মানৱ ভূগোলৰ বিষয়ে চমুটোকা লিখা ।
২. বৃত্তিৰ ক্ষেত্ৰত অসমত ঘটা পৰিৱৰ্তনৰ এটি চমু আভাস দিয়া ।
৩. জলবায়ুৰ ওপৰত উদ্ভিদৰ প্ৰভাৱ কেনেকৈ পৰে চমুকৈ লিখা ।
৪. ৰোপন কৃষিৰ বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা ।
৫. বৃত্তাকাৰ বসতিৰ সংজ্ঞা লিখি ইয়াৰ এটি নক্সাচিত্ৰ অংকন কৰা ।
৬. ভাৰতবৰ্ষৰ জনসংখ্যা ধৰ্মীয় গাঁথনি আৰু বিতৰণ সম্পৰ্কে বহলাই লিখা ।
৭. জনপ্ৰব্ৰজনৰ আকৰ্ষী আৰু বিকৰ্ষী কাৰকসমূহৰ এটি তুলনামূলক আলোচনা দাঙি ধৰা ।
5 marks -
৮. ভাৰতৰ মানচিত্ৰৰ এখন নক্সাচিত্ৰ আঁকি তাত দুটা লো তীখাৰ উদ্যোগ আৰু এটা কপাহী বয়ন উদ্যোগৰ অৱস্থান দেখুওৱা ।