Model question paper,2021
Model question paper,2021
Class : 8
Subject : Social Science
Full marks : 25
1/ উত্তৰ লিখা ।
ক. ব্ৰহ্মপুত্ৰ নদীৰ উৎস কি ?
খ. ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান ?
গ. ব্ৰহ্মপুত্ৰ নদীৰ পুৰণি নাম কি ?
ঘ. বৰাক নদীয়ে কোন দেশত গুম্ফিত ৰূপ লৈছে ?
ঙ. আটাইতকৈ প্ৰাচীন মানচিত্ৰ ক'ত উদ্ধাৰ হৈছিল ?
2/ চমু উত্তৰ লিখা ।
ক. স্কেল বা মাপনী কাক বোলে ?
খ. দূৰ সংবেদন কাক বোলে ?
গ. স্কেল কেইপ্ৰকাৰ আৰু কি কি?
ঘ. নৈৰ নিম্ন গতিৰ বিষয়ে লিখা ।
ঙ. নদীৰ গৰাখহনীয়াৰ সমস্যা কি কি ?
3/ 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা ।
'ক' অংশ 'খ' অংশ
অৰুণাচল প্ৰদেশ মাজুলী
সৰ্পিল চিয়াং
কলং তিব্বত
নদীদ্বীপ মানচিত্ৰ
ট'লেমিয় সুঁতি
4/ শুদ্ধ উত্তৰটো লিখা ।
ক. গিৰিখাত নিম্নভূমি/মোহনা/উচ্চভূমি অঞ্চলৰ ভূ-আকৃতি ।
খ. নৈৰ গুম্ফিত ৰূপ সাধাৰণতে পৰ্বত/সমভূমি/মালভূমিত দেখা যায় ।
গ. প্লাৱনভূমিত থকা চৰ-চাপৰি নৈৰ খনন/পৰিবহণ/অৱক্ষেপণৰ ফলত সৃষ্টি হয় ।
ঘ. বৰাক নৈ অসমৰ ২/৩/৪ খন জিলাৰ মাজেৰে বৈ গৈছে ।
ঙ. আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে - ১. মিছৰত, ২. মেছ'প'টেমিয়াত, ৩. চীনত ।
_____________________