Posts

Showing posts with the label Name : Nikhil Kumar Das. Class : 9. Golaghat

শিশুলীলা

নৱম শ্ৰেণীৰ 'অসমীয়া সাহিত্য চয়নিকা(নতুন)' পাঠ্যপুথিৰ ১ নং পাঠৰ প্ৰশ্নোত্তৰ ।  ভাব-বিষয়ক :  ১. অতি চমু প্ৰশ্নৰ উত্তৰ লিখা :  ক. 'কৃষ্ণগীত গাৱন্ত সুন্দৰী' ।।           --- কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন ?  উত্তৰ : কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হ'ল যশোদা ।  খ. 'কৰ্ণত কুণ্ডল দোলে আতি ।'              --- কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে ?  উত্তৰ : ইয়াত যশোদাৰ কৰ্ণত কুণ্ডলৰ কথা কোৱা হৈছে ।  গ. 'কাম্পে কোপে অৰুণ অধৰ ।'           --- ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে ?  উত্তৰ : ইয়াত শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে । ঘ. 'মথনিত ধৰিয়া নিষেধি' ।          --- 'মথনি' শব্দৰ অৰ্থ কি ? উত্তৰ : 'মথনি শব্দৰ অৰ্থ হ'ল "গাখীৰ ঘুঁটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি ।  ঙ. 'নোজোড়ে আঙ্গুল দুই জৰী' --- ইয়াত কাৰ জৰীৰ নাটনি হৈছে ?  উত্তৰ : ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰীৰ নাটনি হৈছে ।  চ. 'ৰুণ ঝুণ কেয়ূৰ কঙ্কণ' ।       --- কাৰ কেয়ূৰ কঙ্কণ...

ভাৰতবৰ্ষৰ ভূগোল

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ভূগোল খণ্ডৰ ৩ নং পাঠ (তৃতীয় অধ্যায়) ৰ প্ৰশ্নোত্তৰ ।                      অনুশীলনী  ১. ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থানৰ বিষয়ে লিখা ।  উত্তৰ : ভাৰতবৰ্ষ পৃথিৱীৰ এখন বিশাল দেশ । ই পৃথিৱীৰ উত্তৰ গোলাৰ্ধত আৰু এছিয়া মহাদেশৰ দক্ষিণাংশত অৱস্থিত । ইয়াৰে উত্তৰে সুউচ্চ হিমালয় পৰ্বতমালা আৰু চীন দেশ । দক্ষিণে ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা । পূৱে বংগোপসাগৰ আৰু ম্যানমাৰ । পশ্চিমে আৰৱ সাগৰ আৰু পাকিস্তান । ভাৰতৰ ভূখণ্ড উত্তৰা-দক্ষিণাকৈ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ আৰু পূবা-পশ্চিমাকৈ অৰুণাচল প্ৰদেশৰ পূৱ প্ৰান্তৰ পৰা সৌৰাষ্ট্ৰলৈকে বিস্তৃত । উত্তৰা-দক্ষিণাকৈ ভাৰতবৰ্ষ প্ৰায় ৩,২১৪ কিলোমিটাৰ আৰু পূবা-পশ্চিমাকৈ প্ৰায় ২,৯৩৯ কিলোমিটাৰ । ভাৰতবৰ্ষ ৮°৪২৮ উত্তৰ অক্ষাংশৰ পৰা ৩৭°১৭৫৩ উত্তৰ অক্ষৰেখা আৰু ৬৮°৭৩৩ পূৱৰ পৰা ৯৭°২৪৪৭ পূৱ দ্ৰাঘিমাৰেখাৰ মাজত অৱস্থিত । ভাৰতবৰ্ষৰ সোঁমাজেদি ২৩°৩০´, কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে ।  ২. ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান ?  উত্তৰ : ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য ৬,১০০ কিলোমিটাৰ ।...

The Road Not Taken

Class 9 English textbook 'Beehive's 1st poem question & answers. (i)1. Where does the traveller find himself ? What problem does he face ?  Ans :- The traveller finds himself at a point where two roads diverage.His problem is to decide on which road he should walk.  2. Discuss what these phrases mean to you. i. a yellow wood ii. it was grassy and wanted wear  iii. the passing there  iv. leaves no step had trodden black  v. how way leads on to way  Ans :- i. A forest in the autumn season. ii. The road was grassy because it was a less travelled road.It wanted people to move on it.  iii. It implies on the road.  iv. It means the leaves had not been crushed under the feet of travellers. v. How one road leads to another ?  3. Is there any different between the two roads as the poet describes them  i. in stanzas two and three ?  ii. in the last two lines of the poem ?  Ans :- i. There is no difference between the two roads in sta...